অসম

চুলি পকিছে নেকি আপোনাৰ! চিন্তা নকৰিব, ঘৰুৱা উপায়েৰেই পাব সমাধান!

ভিটামিন ডেফিচিয়েন্সিৰ কাৰণেও এনেকুৱা হোৱা দেখা যায়

আজি-কালি মানুহৰ খুব কম বয়সতে চুলি পকা দেখিবলৈ পোৱা যায়। ভিটামিন ডেফিচিয়েন্সিৰ কাৰণেও এনেকুৱা হোৱা দেখা যায়।মেথি হৈছে পকা চুলিৰ নিৰাময়।  

মেথিৰ লগত গুৰ সেৱন কৰক- যদি আপুনি বগা চুলি স্বাভাৱিকতে কলা হোৱাটো বিচাৰেতেন্তে মেথিৰ লগতে গুড় খোৱা আৰম্ভ কৰক। আয়ুৰ্বেদতো এই দুয়োটাৰ সংমিশ্ৰণৰ উপকাৰিতাৰ কথা কোৱা হৈছে। মেথি আৰু গুড়ে কেৱল চুলিৰ ৰং ঘূৰাই অনাই নহয়চুলি সৰা সমস্যাৰ পৰাও মুক্তি দিবলগতে চুলিত আচৰিত ধৰণৰ জিলিকনি দেখা যাব।

মেথি পানীৰে মূৰ ধুব- চুলিৰ উপকাৰৰ বাবে আন এটা ধৰণেও মেথি ব্যৱহাৰ কৰিব পাৰিকাৰণ ইয়াৰ বাবে বাচনত পানী ৰাখি মেথিৰ গুটি মিহলাই লওক। ইয়াৰ পিছত উতলাই তাৰ পিছত ঠাণ্ডা হবলৈ দিব। এই মেথি পানীৰে মূৰ ধুব আৰু প্ৰায় ১৫ মিনিটমান চুলি ধুব নালাগে। কিছুদিন এনে কৰিলে আকাংক্ষিত ফলাফল পোৱা যাব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.