AssamCity newsnationalpoliticalঅসমগুৱাহাটীদৈনিক বাতৰিবিশ্বভাৰতৰাজনৈতিক

দেশত ভয়াৱহ ৰূপত ক’ভিডৰ সংক্ৰমণ, ২৪ ঘণ্টাত দেশত ৬৫৬ জনৰ দেহত ধৰা পৰিছে ক’ভিড…..

দেশত ভয়াৱহ ৰূপত ক’ভিডৰ সংক্ৰমণ

JN-1 ভেৰিয়েণ্টকলৈ উদ্বিগ্ন কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়

মহানগৰৰ চিকিৎসালয়লৈ স্বাস্থ্য বিভাগৰ নিৰ্দেশনা

লক্ষণে দেখা দিয়া প্ৰতিগৰাকীক RT-PCRপৰীক্ষা কৰাৰ নিৰ্দেশ

সকলো চৰকাৰী, ব্যক্তিগত চিকিৎসালয়লৈ এই নিৰ্দেশ

প্ৰতিখন ৰাজ্যলৈ এই নিৰ্দেশনা ভাৰত চৰকাৰৰ

২৪ ঘণ্টাত ৬৫৬ জনৰ দেহত ধৰা পৰিছে ক’ভিড

এদিনত ৬ জনৰ দেহত ধৰা পৰিছে JN-1 ভেৰিয়েণ্ট

JN-1 ভেৰিয়েণ্টত পুনৰ আন এজন লোকৰ মৃত্যু

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen − seven =

Back to top button