অসমদৈনিক বাতৰি

ঐতিহাসিক আমগুৰি সমষ্টি বিলুপ্তকৰণৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত সমষ্টিবাসীৰ

ঐতিহাসিক আমগুৰি সমষ্টি বিলুপ্তকৰণৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত সমষ্টিবাসীৰ

ঐতিহাসিক আমগুৰি সমষ্টি বিলুপ্তকৰণৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত সমষ্টিবাসীৰ৷ বিলুপ্তকৰণৰ খচৰা নিৰ্বাচনী আয়োগে ঘোষণা কৰাৰ পাছতেই ৰাজ্যৰ আন কেইবাটাও সমষ্টিৰ লগতে শিৱসাগৰ জিলাৰ ১০৩ নং আমগুৰি বিধানসভা সমষ্টিবাসীৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে৷ ।

প্ৰতিদিনাই দল-সংগঠনসমূহে আমগুৰি সমষ্টিৰ বিভিন্ন স্থানত গণতান্ত্ৰিক পদ্ধতিৰে প্ৰতিবাদ সাব্যস্ত কৰিছে৷

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen − nine =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.