অসমঅসম আৰক্ষীআঞ্চলিকৰাজনৈতিক

কাৰ্বি আংলং জিলাৰ লৰিংথেপিত প্ৰধানমন্ত্ৰীৰ সভাস্থলী পৰিদৰ্শন মন্ত্ৰী পিযুষ হাজৰিকাৰ

মন্ত্ৰী গৰাকীৰ লগত উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাং, বিধায়ক দৰছিং ৰংহাং আৰু বিদ্যাছিং ইংলেং, পৰিষদৰ কাৰ্যবাহী সদস্য বৃন্দ আৰু বিভাগীয় মুৰব্বী বিষয়া সকলো তেওঁৰ সৈতে উপস্থিত থাকে।

মাজত মাথোঁ পাঁচটা দিন বাকী, অহা ২৮ এপ্ৰিলত কাৰ্বি আংলং জিলাৰ লৰিংথেপিত উপস্থিত হ’বহি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

ইতিমধ্যে যুদ্ধকালীন গতিৰে নিৰ্মাণ কাৰ্য চলি আছে প্ৰধানমন্ত্ৰীৰ সভাস্থলী ।

কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাং আৰু টিম কাৰ্বি আংলঙে দিনে নিশাই সভাসভাস্থলী নিৰ্মাণ কাৰ্য তদাৰক কৰি থকাৰ লগতে শুক্ৰবাৰে পুৱাৰ ভাগত প্ৰধানমন্ত্ৰীৰ সভাস্থলী পৰিদৰ্শন কৰে ৰাজ্যৰ জলসম্পদ তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পিযুষ হাজৰিকাই।

মন্ত্ৰী গৰাকীৰ লগত উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাং, বিধায়ক দৰছিং ৰংহাং আৰু বিদ্যাছিং ইংলেং, পৰিষদৰ কাৰ্যবাহী সদস্য বৃন্দ আৰু বিভাগীয় মুৰব্বী বিষয়া সকলো তেওঁৰ সৈতে উপস্থিত থাকে।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty + eleven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.