Covid-19অসমস্বাস্থ্য

ৰাজ্যত প্ৰকাশ পালে নতুন SOP! কি কি আছে এই SOPত, চাওঁক সবিশেষ..

স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ঘোষণা কৰিলে নতুন SOP

ৰাজ্যত নতুন ক’ভিড SOP ঘোষণা।

স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ ঘোষণা SOP।

জনতা ভৱনত সংবাদ মেল স্বাস্থ্যমন্ত্ৰীৰ।

নিশা ৯ বজাৰ পৰা ৫ বজালৈ সান্ধ্য আইন।

নিশা ৮ বজালৈ খোলা থাকিব দোকান-পোহাৰ।

এপালি ভেকচিন লোৱা কৰ্মচাৰীয়ে কাৰ্যালয়লৈ আহিব লাগিব।

১০ দিনৰ তথ্যৰ ভিত্তিত সিদ্ধান্ত গ্ৰহণ।

মুকলি কৰা হ’ল আন্তঃজিলা যাতায়াত।

আজি ১১ বজাৰ পৰা কাৰ্যকৰী এইসমূহ নিয়ম।

১০০ শতাংশ যাত্ৰী কঢ়িয়াব পাৰিব সকলো বাহনে।

বাইকত উঠিব পাৰিব দুজন ব্যক্তি।

অতিৰিক্ত যাত্ৰী কঢ়িয়ালে ভৰিব লাগিব জৰিমনা।

যাত্ৰীয়ে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক।

দ্বাদশ শ্ৰেণীৰ সকলো চূড়ান্ত বৰ্ষৰ পাঠদান মুকলি।

শিক্ষক-কৰ্মচাৰী সকলোৱে ল’ব লাগিব ভেকচিন।

৩ দিনৰ ভিতৰত ল’ব লাগিব ভেকচিন।

৬ ছেপ্টেম্বৰৰ পৰা চূড়ান্ত বৰ্ষৰ পাঠদান আৰম্ভ।

এটা শ্ৰেণীত প্ৰতিষেধক লোৱা ৩০গৰাকী শিক্ষাৰ্থী উপস্থিত থাকিব পাৰিব।

৫০ জনৰে পাতিব পাৰিব ৰাজহুৱা অনুষ্ঠান।

ল’ব লাগিব স্থানীয় আৰক্ষী থানাৰ অনুমতি।

২০০ ব্যক্তিৰ অংশগ্ৰহণৰ বাবে ল’ব লাগিব উপায়ুক্তৰ অনুমতি।

বিবাহ, মৃতকৰ সৎকাৰত ৫০জন লোকৰ অনুমতি প্ৰদান।

ধৰ্মীয় স্থানত প্ৰতিঘণ্টাত ২০জন লোকৰ প্ৰৱেশৰ অনুমতি।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one + two =

Back to top button