অসম

দিছপুৰ প্ৰেছ ক্লাবৰ নতুন সমিতি গঠন…

সহ সম্পাদক আৰ্ছাদ ৰহমান বৰা, কোষাধ্যক্ষ ৰিদিপ কলিতা, সাংগঠনিক সম্পাদক হালিমা বেগম, অৱণী বৰুৱা, লীনা গগৈ, মাইনা গোস্বামী।

দিছপুৰ প্ৰেছ ক্লাবৰ নতুন সমিতি গঠন। দেওবাৰে গঠন কৰা হয় দিছপুৰ প্ৰেছ ক্লাবৰ নতুন সমিতিখন।

 

নতুন সমিতিৰ সভাপতি হৈছে ড° নৰেন হাজৰিকা। কাৰ্যকৰী সভাপতি পংকজ ডেকা, সাধাৰণ সম্পাদক কুঞ্জ মোহন ৰায়, উপ সভাপতি ছৰিফুদ্দিন আহমেদ, মিণ্টু হাজৰিকা, ইমদাদ আলী, দৰ্শনা বৰুৱা। সহ সম্পাদক আৰ্ছাদ ৰহমান বৰা, কোষাধ্যক্ষ ৰিদিপ কলিতা, সাংগঠনিক সম্পাদক হালিমা বেগম, অৱণী বৰুৱা, লীনা গগৈ, মাইনা গোস্বামী।

 

প্ৰেছ ক্লাৱৰ প্ৰচাৰ সম্পাদক পদত আছে জাহিদুল ইছলাম, কাৰ্যনিৰ্বাহক সদস্য অস্মিতা ভূঞা, ইমদাদ উল্লাহ খান, দেৱজিৎ সৰকাৰ, হিমাশ্ৰী কলিতা, দিপাংকৰ মেধী। উপদেষ্টা বৈকুণ্ঠ নাথ গোস্বামী। চন্দ্ৰ কুমাৰ শইকীয়া, চিন্তামণি দাস, গিৰীন্দ্ৰ কুমাৰ শইকীয়া, অমল গুপ্ত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.