AssamCity newsCrimenationalPMo indiapoliticalঅপৰাধঅসমগুৱাহাটীদৈনিক বাতৰিভাৰত

কলকাতাৰ জঘন্য কাণ্ড সন্দৰ্ভত SCৰ নিজাববীয়া গোচৰৰ গুৰুত্বপূৰ্ণ শুনানি…. গঠন কৰিলে টাস্ক ফ’ৰ্চ… কোন কোন থাকিব এই টাস্ক ফ’ৰ্চত?

কলকাতাৰ জঘন্য কাণ্ড সন্দৰ্ভত তৎপৰ সৰ্বোচ্চ ন্যায়ালয়
SCৰ নিজাববীয়া গোচৰৰ গুৰুত্বপূৰ্ণ শুনানি
উচ্চতম ন্যায়ালয়ে গঠন কৰিলে টাস্ক ফ’ৰ্চ
কোন কোন থাকিব টাস্ক ফ’ৰ্চত?
থাকিব ভাৰত চৰকাৰৰ কেবিনেট সচিব, গৃহ সচিব
অন্তৰ্ভুক্ত হ’ব কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ সচিব
ৰাষ্ট্ৰীয় শিক্ষা আয়োগৰ অধ্যক্ষও থাকিব টাস্ক ফ’ৰ্চত
ৰাষ্ট্ৰীয় পৰীক্ষা ব’ৰ্ডৰ অধ্যক্ষকো নিয়োগ
চিকিৎসকৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে টাস্ক ফ’ৰ্চ গঠনৰ নিৰ্দেশ
টাস্ক ফ’ৰ্চে দিব লাগিব নিৰাপত্তাজনিত সকলো পৰামৰ্শ
অহা ২২আগষ্টত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য

৯ আগষ্টত কলকাতাৰ আৰ জি কৰ হাস্পতালত সংঘটিত জঘন্য ধৰ্ষণ আৰু হত্যাকাণ্ডৰ ঘটনাই ইতিমধ্যে জোঁকাৰিছে দেশ। সমগ্ৰ দেশজুৰি অপৰাধীক দৃষ্টান্তমূলক শাস্তি দিয়াৰ দাবীত অব্যাহত আছে প্ৰতিবাদ। ইতিমধ্যে গোচৰটো সন্দৰ্ভত তদন্তৰ বাবে দায়িত্ব অৰ্পণ কৰা হৈছে CBIক। কলকাতাত প্ৰতিবাদে হিংসাত্মক ৰূপ লোৱাৰ পাছতেই সৰ্বোচ্চ ন্যায়ালয়ে নিজাববীয়াকৈ লৈছিল গোচৰ। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত গঠিত তিনিজনীয়া বিচাৰপীঠত গ্ৰহণ কৰা শুনানিত সৰ্বোচ্চ ন্যায়ালয়ৰ এই গুৰুত্বপূৰ্ণ নিৰ্দেশ।

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.