AssamCMO AssamHimanta Biswa Sarmaleatest updatenationalPMo indiapoliticalSocial

৯ মাৰ্চত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী!

অংশ ল’ব এখন বিশাল জনসভাত...

৯ মাৰ্চত অসমলৈ প্ৰধানমন্ত্ৰী অহাৰ সম্ভাৱনা

মুকলি কৰিব যোৰহাটত মহাবীৰ লাচিতৰ প্ৰতিমূৰ্তি

প্ৰধানমন্ত্ৰীয়ে অংশ ল’ব এখন বিশাল জনসভাত

প্ৰধানমন্ত্ৰীৰ জনসভাৰ বাবে বিজেপিৰ ব্যাপক প্ৰস্তুতি

লোকসভা নিৰ্বাচনৰ ৰণশিঙা বজাব প্ৰধানমন্ত্ৰী মোদীয়ে

২৫ ফেব্ৰুৱাৰীত গুৱাহাটীলৈ আহিব জে পি নাড্ডা

বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষগৰাকীয়ে অংশ ল’ব কেইবাটাও কাৰ্যসূচীত

২৯ ফেব্ৰুৱাৰীৰ ৰাজনাথ সিঙৰ প্ৰস্তাৱিত ভ্ৰমণ বাতিল

পৰৱৰ্তী সময়ত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী আহিব অসমলৈ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

ten + eight =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.