AssamCity newsnationalpoliticalঅসমগুৱাহাটীদিল্লীদৈনিক বাতৰিভাৰতৰাজনৈতিক

কংগ্ৰেছ-আপৰ আসন ভাগ-বটোৱাৰা চূড়ান্ত, দিল্লী, গোৱা, দিল্লীত আম আদমী পাৰ্টিৰ সংবাদমেল……

কংগ্ৰেছ-আপৰ আসন ভাগ-বটোৱাৰা চূড়ান্ত

দিল্লী, গোৱা, হাৰিয়ানা,গুজৰাট, চণ্ডীগড়ত বুজাবুজি

দিল্লীত আম আদমী পাৰ্টিৰ সংবাদমেল

২-৩ দিনতে গ্ৰেপ্তাৰ হ’ব দিল্লীৰ মুখ্যমন্ত্ৰী

এই বিস্ফোৰক অভিযোগ আপ বিধায়কৰ

কংগ্ৰেছৰ সৈতে আপৰ আসন বুজাবুজিত সংশয়

আপৰ কংগ্ৰেছৰ সৈতে মিত্ৰতাত শংকিত বিজেপি

EDৰ পাছত এইবাৰ CBI কেজৰিৱালৰ পাছত

কেজৰিৱালক গ্ৰেপ্তাৰ কৰিবলৈ তৎপৰ বিজেপি

এই অভিযোগ আপ নেতা সৌৰভ ভৰদ্বাজৰ

উল্লেখ্য যে বিৰোধী ঐক্য গোটত শেহতীয়াকৈ আসন ভাগ–বটোৱাৰাক লৈ একাধিক ৰাজ্যত কংগ্ৰেছৰ সৈতে অন্য দলৰ বুজাবুজি হৈছে। ইয়াৰ প্ৰেক্ষাপটত শংকিত হৈ পৰিছে বিজেপি দল। শুকুৰবাৰে আম আদমী পাৰ্টিৰ নেতাত্ৰয় সৌৰভ ভৰদ্বাজ, অতিশী আৰু সন্দীপ পাঠকে সংবাদমেলৰ আয়োজন কৰি বিজেপি নেতৃত্বৰ প্ৰতি সোচ্চাৰ হৈ পৰে।

 

 

 

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 + fourteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.