অপৰাধঅসমদুৰ্ঘটনা

নগাঁৱৰ উৰিয়ামগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনাঃ থিতাতে নিহত হয় ২জনকৈ বাইক আৰোহী

ভুল দিশেৰে তীব্ৰবেগত আহিছিল ট্ৰাকখন

নগাঁৱৰ উৰিয়ামগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা।
তীব্ৰবেগী ট্ৰাকে ২জনকৈ বাইক আৰোহীক মহটিয়াই নিয়াৰ ফলত থিতাতে নিহত হয় বাইক আৰোহী ২জন।
ট্ৰাকখনৰ নম্বৰ AS-01GC-6795 বুলি জানিব ৰা গৈছে।
ভুল দিশেৰে তীব্ৰবেগত আহিছিল ট্ৰাকখন। দূৰ্ঘটনা সংঘটিত কৰি পলায়ণ ট্ৰাক চালকৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

10 − three =

Back to top button