অসমভাৰতৰাজনৈতিক

দিল্লীত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে মোদীক জনালে অসমৰ প্ৰকল্পৰ খতিয়ান

নামৰূপ সাৰ কাৰখানালৈ ১০০ কোটি টকাৰ অনুদান কেন্দ্ৰীয় চৰকাৰৰ

🔳 দিল্লীত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
🔳 মোদীক জনালে অসমৰ প্ৰকল্পৰ খতিয়ান।
🔳 মঙলবাৰে সন্ধিয়া সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰীক।
🔳 ডিগবৈ শোধনাগাৰৰ সক্ষমতা বৃদ্ধি।
🔳 ডিচেম্বৰত গুৱাহাটীলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ।
🔳 সীমান্ত পৰিদৰ্শনৰ বাবে আহিব গৃহমন্ত্ৰীগৰাকী।
🔳 পৰিদৰ্শন কৰিব ভাৰত-বাংলাদেশ সীমান্ত।
🔳 মুখ্যমন্ত্ৰীগৰাকীয়ে সাক্ষাৎ কৰিলে কেন্দ্ৰীয় মন্ত্ৰী মাণ্ডাভিয়াৰক।
🔳 নামৰূপ সাৰ কাৰখানালৈ ১০০ কোটি টকাৰ অনুদান।
🔳 কেন্দ্ৰীয় চৰকাৰে আগবঢ়াইছে এই অনুদান।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 − 10 =

Back to top button