অসম

নাগালেণ্ডৰ মন্ত্ৰী টেমজেন ইমনা অলঙৰ ফেচবুক পষ্ট সমূহ চাইছেন?

তেওঁৰ ফেচবুক পষ্ট সমূহৰ মাজত আছে এজন অসমৰ যুৱক!

এগৰাকী ভাইৰেল মন্ত্ৰী। সামাজিক মাধ্যমত দেশজুৰি চৰ্চিত এইজন ব্যক্তি। নিজৰ পষ্ট সমূহৰ জৰিয়তে ভাইৰেল হোৱা এজন ৰাজনৈতিক নেতা। নাগালেণ্ডৰ মন্ত্ৰী টেমজেন ইমনা অলং। যাক প্ৰধানমন্ত্ৰীয়েও ফ’ল’ কৰে। প্ৰতিদিলে ব্যতিক্ৰমী ধৰণেৰে মন্ত্ৰীগৰাকীয়ে আপলোড কৰা ফটো সমূহে আমোদ দিয়ে সকলোকে।

May be an image of 3 people, people standing and indoor

পিছে ইয়াৰ আঁৰত আছে এগৰাকী অসমীয়া যুৱক। যুৱকজন শিৱসাগৰ আমগুৰিৰ প্ৰনয় বৰুৱা। আমগুৰিৰ পৰাই পৰিচালনা কৰে টেমজেন আলঙৰ Social Mediaৰ সকলো কাম।

নাগালেণ্ডৰ মন্ত্ৰী টেমজেন ইমনা অলঙৰ ফেচবুক পষ্ট সমূহ চাইছেন?

প্ৰনয় বৰুৱাৰ বয়স ৩১ বছৰ। এই যুৱকজনৰ পাৰদৰ্শিতাই ৰাইজক আমোদ দিবলৈ সক্ষম হৈছে। টেমজেন আলঙৰ সামাজিক মাধ্যমৰ পষ্টৰ প্ৰশংসাত পঞ্চমুখ স্বয়ং প্ৰধানমন্ত্ৰী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × four =

Back to top button