অপৰাধঅসমগুৱাহাটী

মহানগৰীত চাঞ্চল্যকৰ ঘটনা! প্ৰেমত বাধা দিয়াৰ বাবেই পশ্চিম বংগৰ পৰা আহি প্ৰেমিকাৰ ককায়েকক গুলীয়ালে প্ৰেমিকে

ঘটনা সংঘটিত কৰি কোঠালিৰ ভিতৰত আত্মগোপন অভিযুক্ত প্ৰেমিকৰ

গুৱাহাটী মহানগৰীৰ বশিষ্টত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। প্ৰেমজনিত কাৰণত সংঘটিত হৈছে এই ঘটনা।

প্ৰেমিকাৰ ককায়েকে মানি নোলোৱাৰ বাবে পশ্চিম বংগৰ পৰা আহি প্ৰেমিক গুৱাহাটীৰ প্ৰেমিকাৰ ঘৰত উপস্থিত হৈ গুলী চলাই ককায়েকক। মুৰত গুলি লগা বাবে মৃত্যু হয় ককায়েক প্ৰেম কুমাৰ দেৱনাথৰ। ঘটনা সংঘটিত কৰি কোঠালিৰ ভিতৰত আত্মগোপন অভিযুক্ত প্ৰেমিকৰ।

এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.