অসম-মেঘালয়ৰ সীমা বিবাদৰ অন্ত। ৫০ বছৰ ধৰি দুয়োখন ৰাজ্যৰ সীমাক কেন্দ্ৰ কৰি চলি অহা সংঘাতে পালে এক নতুন ঠিকনা। অন্ত হোৱাৰ দিশে অসম-মেঘালয়ৰ সীমা বিবাদ।
৫০ বছৰৰ অন্তত মঙলবাৰে বিয়লি ৩.৩০ বজাত গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ মাজত স্বাক্ষৰিত হ’ল (MOU)বুজাবুজি চুক্তি।
Today, a 50-year-old pending boundary dispute between Assam and Meghalaya has been resolved. 6 out of 12 points of the dispute has been resolved, which comprises nearly 70% of the boundary. The remaining 6 points will be resolved at the earliest: Union Home Minister Amit Shah pic.twitter.com/c2ZUVjeh6e
— ANI (@ANI) March 29, 2022
দিল্লীত গৃহমন্ত্ৰীৰ কাৰ্যালয়ত MOU(Memorandum of Understanding) স্বাক্ষৰ কৰে দুয়োজন মুখ্যমন্ত্ৰীয়ে। দুয়োখন ৰাজ্যৰ সীমান্তৰ ১২টা অঞ্চলৰ মাজত ৬টা বিবদমান স্থানৰ সমস্যা সমাধানৰ বাবে(36 Sq Km) বুজাবুজি চুক্তিত স্বাক্ষৰ দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ। শীঘ্ৰেই বাকী ছয়টা স্থানৰো বিবাদ নিষ্পত্তিৰ আশ্বাস গৃহমন্ত্ৰীৰ।