অসম

প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি ৰাখিলে ৰাজ্য চৰকাৰে, নিবনুৱাৰ মুখত বিৰিঙিছে সুখৰ হাঁহি…

২২,৯৫৮ গৰাকী প্ৰাৰ্থীক প্ৰদান কৰা হ'ব নিযুক্তি পত্ৰ। বিভিন্ন বিভাগত চাকৰি পোৱা প্ৰাৰ্থীসকলক মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিব নিযুক্তি পত্ৰ। গৃহবিভাগৰ ৮,৮৬৭ পদত প্ৰদান কৰা হ'ব নিযুক্তি পত্ৰ।

চাকৰি প্ৰত্যাশীৰ বাবে আজি এক সুখৰ দিন। কিয়নো আজিৰে পৰা আৰম্ভ হ’ল নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰি ৰাজ্য চৰকাৰৰ নিবনুৱাক নিযুক্তি দিয়াৰ প্ৰক্ৰিয়া। আজিৰে পৰা চৰকাৰৰ ১লাখ নিযুক্তিৰ শুভাৰম্ভণি। খানাপাৰাত ৰাজ্য চৰকাৰৰ বৃহৎ নিযুক্তি সমাৰোহ।

 

২২,৯৫৮ গৰাকী প্ৰাৰ্থীক প্ৰদান কৰা হ’ব নিযুক্তি পত্ৰ। বিভিন্ন বিভাগত চাকৰি পোৱা প্ৰাৰ্থীসকলক মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিব নিযুক্তি পত্ৰ। গৃহবিভাগৰ ৮,৮৬৭ পদত প্ৰদান কৰা হ’ব নিযুক্তি পত্ৰ।

 

শিক্ষা বিভাগৰ ১১,০৬৩ পদ, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ৩৩০পদ, জলসম্পদ বিভাগৰ ১০৫টা পদ, সমাজ কল্যাণ বিভাগৰ ৬৯টা পদ, স্বাস্থ্যৰ বিভাগৰ ২,৪১৯টা পদ, কৃষি বিভাগৰ ৫৫টা পদ, পৰিৱেশ আৰু বন বিভাগৰ ২৩টা পদ, লোকনিৰ্মাণ বিভাগৰ ৮টা পদ, খনি আৰু খনিজ পদাৰ্থৰ ২টা পদ আৰু শ্ৰমিক কল্যাণ বিভাগৰ ১৭টা পদত নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ব।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

six + 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.