অসমদৈনিক বাতৰি

৫ দিন অতিক্ৰম কৰিলে মণিপুৰৰ গোষ্ঠী সংঘৰ্ষই, বৰ্তমানলৈ সংঘৰ্ষত নিহত সংখ্যা ৫৪জনলৈ বৃদ্ধি

৫ দিন অতিক্ৰম কৰিলে মণিপুৰৰ গোষ্ঠী সংঘৰ্ষই, বৰ্তমানলৈ সংঘৰ্ষত নিহত সংখ্যা ৫৪জনলৈ বৃদ্ধি

৫ দিন অতিক্ৰম কৰিলে মণিপুৰৰ গোষ্ঠী সংঘৰ্ষই

বৰ্তমানলৈ সংঘৰ্ষত নিহত সংখ্যা ৫৪জনলৈ বৃদ্ধি

হিংসা আৰু সংঘৰ্ষত আহত শতাধিক লোক

গোষ্ঠী সংঘৰ্ষত গৃহহাৰা ২০ সহস্ৰাধিক

আহতসকলক RIMS আৰু JN মেডিকেলত ভৰ্তি

প্ৰাণৰ শংকাত অসমলৈ ঢাপলি মণিপুৰৰ বাসিন্দাৰ

জিৰি নৈ পাৰ হৈ কাছাৰলৈ ঢাপলি ডেৰ সহস্ৰাধিকৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত আশ্ৰয় শিবিৰসমূহত পৰ্যাপ্ত খাদ্যৰ ব্যাবস্থাৰ যোগান ধৰিছে কাছাৰ জিলা প্ৰশাসনে৷ লগতে বিভিন্ন দল সংগঠনেও আগবঢ়াইছে সহায়ৰ হাত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen − six =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.