অসমদৈনিক বাতৰিবন্যপ্ৰাণীভ্ৰমণ

আজিৰে পৰা অনিৰ্দিষ্ট কাললৈ বন্ধ থাকিব মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সেৱা

বাৰিষাৰ বাবে অনিৰ্দিষ্ট কাললৈ বন্ধ এই সেৱা

◾আজিৰে পৰা মানাহত বন্ধ হাতী ছাফাৰী, নৌকা বিহাৰ

◾মানাহ ৰাষ্ট্ৰীয় উদ্যানত বন্ধ হাতী ছাফাৰী

◾বন্ধ থাকিব বেঁকী নৈত নৌকাবিহাৰ

◾বন্ধ থাকিব পৰ্যটকৰ বাবে থকা মথনগুৰিৰ বাংলো

◾বাৰিষাৰ বাবে অনিৰ্দিষ্ট কাললৈ বন্ধ এই সেৱা

◾বেঁকী নৈৰ জলস্তৰ বৃদ্ধিৰ বাবে এই সিদ্ধান্ত

◾বন্ধ থাকিব উচিলাৰ পৰা চৰফুলি কেম্পলৈ যোৱা পথ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 − 15 =

Back to top button