অসম

মাজুলীত জাপানীজ এনকেফেলাইটিছৰ প্ৰাৰ্দুভাৱ, JEত আক্ৰান্ত হৈ এজন ছাত্ৰৰ মৃত্যু।

ডিব্ৰুগড়ত চিকিৎসাধীন অৱস্থাত মৃত্যু ছাত্ৰজনৰ

মাজুলীত জাপানীজ এনকেফেলাইটিছৰ প্ৰাৰ্দুভাৱ

JEত আক্ৰান্ত হৈ এজন লোকৰ মৃত্যু

মৃত্যু নামনি গেজেৰাৰ ৰাহুল পেগু নামৰ ছাত্ৰজনৰ

ধেমাজি কলেজৰ পঞ্চম ষান্মাষিকৰ ছাত্ৰ আছিল ৰাহুল

ডিব্ৰুগড়ত চিকিৎসাধীন অৱস্থাত মৃত্যু ছাত্ৰজনৰ

২১ জুলাইৰ পৰা মাৰাত্মক জ্বৰত ভুগিছিল মৃত ৰাহুল

ছাত্ৰজনৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.