অসমদৈনিক বাতৰি
পুনৰ মাজুলী-নিমাতীত ফেৰী সেৱা বন্ধ, ঘন কুঁৱলীৰ বাবে বন্ধ ফেৰী সেৱা
পুনৰ মাজুলী-নিমাতীত ফেৰী সেৱা বন্ধ
![পুনৰ মাজুলী-নিমাতীত ফেৰী সেৱা বন্ধ, ঘন কুঁৱলীৰ বাবে বন্ধ ফেৰী সেৱা পুনৰ মাজুলী-নিমাতীত ফেৰী সেৱা বন্ধ, ঘন কুঁৱলীৰ বাবে বন্ধ ফেৰী সেৱা](https://prathamkhabartv.com/wp-content/uploads/2023/06/vlcsnap-2023-06-20-11h17m57s528-780x470.png)
পুনৰ মাজুলী-নিমাতীত ফেৰী সেৱা বন্ধ
ঘন কুঁৱলীৰ বাবে বন্ধ ফেৰী সেৱা
বন্ধ ৰাখিছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে
পুৱাৰে পৰা ফেৰীঘাটত যাত্ৰীৰ মাজত হাহাকাৰ
ব্ৰহ্মপুত্ৰত কুঁৱলী হ্ৰাস হ’লেহে চলিব ফেৰী সেৱা