Assamhoroscopeleatest updateSocialSocial Networkঅসম

আজিৰ দিনটো কেনেকৈ যাব আপোনাৰ ?

আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি  : –  মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত ভাল খাদ্য গ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিব, উপাৰ্জন বাঢ়িব, যদিও আজি আপোনাৰ মনত অশান্তি সৃষ্টি কৰিব পাৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।

 

 

বৃষ ৰাশি  :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত ক্ষেত্ৰত সামান্য কষ্ট পাৱলগীয়া হ’ব পাৰে, মনত সামান্য চিন্তা বাঢ়িব পাৰে যদিও আজি শিক্ষক সকল কৰ্মত অধিক সক্ৰিয় হোৱাৰ যোগ দেখা যায়।

 

 

মিথুন ৰাশি:- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত দেহ মত উৎসাহ বাঢ়িব, প্ৰকৃতিৰ প্ৰতি মৰম ভালপোৱা বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য দ্ৰব্য হানি হোৱাৰ যোগ দেখা যায়।

 

 

কৰ্কট ৰাশি : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত নতুন আগ্ৰহ বাঢ়িব, প্ৰেমত আনন্দ বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মক্ষেত্ৰত সামান্য বুদ্ধি হ্ৰাস হোৱাৰ যোগ দেখা যায়।

 

 

সিংহ ৰাশিৰ :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত উৎসাহ বাঢ়িব, কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব, লগতে আজি আপোনাৰ প্ৰেম আৰু ব্যৱসায়িক দিশত শুভ হোৱাৰ যোগ দেখা যায়।

 

 

কন্যা ৰাশি  : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত নতুন নতুন যোগাযোগ কৰিব পাৰিব, দ্ৰব্য লাভ কৰিব পাৰিব, লগতে আজি আপোনাৰ ভ্ৰমণৰ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়।

 

 

তুলা ৰাশি : – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত সঞ্চয় বাঢ়িব, শত্ৰু নাশ হব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য পেটৰ ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

 

 

বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত নতুন নতুন বস্ত্ৰ লাভ কৰিব, আপুনি নাভাবাকৈ ধন – সন্মান লাভ কৰিব, যদিও আজি আপুনি ঠগ- প্ৰৱঞ্চকৰ পৰা সাৱধান হোৱাটো ভাল হ’ব।

 

 

ধনু ৰাশি : – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত জ্ঞান আহৰণৰ কৰিবলৈ সুযোগ লাভ কৰিব, আয় উপাৰ্জন বাঢ়িব, যদিও আজি আপুনি শত্ৰুৰ পৰা সাৱধান হোৱাটো ভাল হ’ব।

 

 

মকৰ ৰাশি : – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব, দেহ মনত সামান্য এলাহ ভাৱ বাঢ়িব পাৰে যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

 

 

কুম্ভ ৰাশি: – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত প্ৰেমত বিপৰীত লিংগৰ ব্যক্তিৰ পৰা সহাৰি লাভ কৰিব, ভ্ৰমণৰ সুযোগ লাভ কৰিব যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য ভয় ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

 

 

মীন ৰাশি- :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ বাবে আজিৰ দিনটো শুভ বুলি কব পাৰি যদিও আজি আন আন ব্যক্তি সকলৰ মনত সামান্য উদ্বিগ্নতা বাঢ়িব পাৰে লগতে আজি আপুনি সজাগ নহ’লে আপোনাৰ সামান্য ক্ষতি হোৱাৰ যোগ দেখা যায়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seven + 13 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.