অপৰাধঅসম

ভয়ংকৰ! মাতৃৰ কোলাৰ পৰা কাঢ়ি নি দাৰে ঘপিয়াই হত্যা ৩ বছৰীয়া শিশুক

আৰক্ষীয়ে ইতিমধ্যে অভিযুক্ত হত্যাকাৰীক আটক কৰিছে

কাছাৰত ভয়ংকৰ ঘটনা। মাতৃৰ কোলাৰ পৰা কাঢ়ি নি দাৰে ঘপিয়াই নৃশংসভাৱে হত্যা ৩ বছৰীয়া শিশুক।

ধলাই জামালপুৰত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ড। কামাল উদ্দিন নামৰ লোকজনৰ বিৰুদ্ধে উত্থাপন হৈছে গোচৰ।
শিশুটিৰ মৃত্যুৰ খবৰ পাই উত্তেজিত ৰাইজে জ্বলাই দিয়ে অভিযুক্তৰ বাসগৃহ। আৰক্ষীয়ে ইতিমধ্যে অভিযুক্ত হত্যাকাৰীক আটক কৰিছে।

উল্লেখ্য যে, কালামৰ ঘৰ ধলাই বিধানসভা সমষ্টিৰ জমালাপুৰত। পুৰ্বে কেবাবাৰো জেল খাটি অহাৰ পাছত গাঁৱৰ মানুহে কালামক গাঁৱৰ পৰা উলিৱাই দিছিল৷ তাৰ পাছৰ পৰা শ্যামাচৰ নগাঁৱত এটা ঘৰত বসবাস কৰি আছিল কালামে। স্থানীয় লোকে জনোৱা মতে, কালাম অলপ মানসিকভাবে অসুস্থও আছিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five − three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.