AssamCMO Assamleatest updatepolitical

আগন্তুক লোকসভাৰ নিৰ্বাচনৰ বাবে সাজু বিজেপি দল।

১০ জানুৱাৰীত অসমলৈ আহিব জে পি নাড্ডা

আগন্তুক লোকসভাৰ নিৰ্বাচনৰ বাবে সাজু বিজেপি দল

বাজপেয়ী ভৱনত উপস্থিত সভাপতি ভবেশ কলিতা

১০ জানুৱাৰীত অসমলৈ আহিব জে পি নাড্ডা

অংশগ্ৰহণ কৰিব ৰাজ্যিক কাৰ্যনিৰ্বাহকত

গুৱাহাটীত অনুষ্ঠিত হ’ব বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক

৯ জানুৱাৰীত বিজেপিৰ নিৰ্বাচনী সমিতিৰ বৈঠক

৮ জানুৱাৰীত ৰঙিয়াত বিজেপিৰ মৰ্চাৰ বৈঠক

১০ জানুৱাৰীত পূৰ্ণাংগ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সভা

সাংবাদিকৰ আগত মন্তব্য সভাপতি ভবেশ কলিতাৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eleven − 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.