Socialঅসমআঞ্চলিকখেলগুৱাহাটী

গুৱাহাটী টাউন ক্লাৱত বক্সিং চেন্টাৰ মুকলি লাভলীনা বৰগোহাঁইৰ!

অসম গৌৰৱ, অলিম্পিয়ান তথা অৰ্জুন বঁটা পদক বিজয়ী লাভলীনা বৰগোহাঁই উপস্থিত গুৱাহাটী টাউন ক্লাৱত।

অসম গৌৰৱ, অলিম্পিয়ান তথা অৰ্জুন বঁটা পদক বিজয়ী লাভলীনা বৰগোহাঁই উপস্থিত গুৱাহাটী টাউন ক্লাৱত।

টাউন ক্লাৱৰ বক্সিং চেন্টাৰ মুকলি কৰিলে বক্সাৰ লাভলীনা বৰগোহাঁইয়ে।

উল্লেখ্য় যে, উক্ত অনুষ্ঠানটোত উপস্থিত থাকে গুৱাহাটী টাউন ক্লাৱৰ সম্পাদক দেৱজিত শইকীয়া,বক্সিং ফেডাৰেচন অৱ ইণ্ডিয়াৰ মুখ্য সচীব হেমন্ত কুমাৰ কলিতা, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মনজিত ভূঞা, য়েছ বেংকৰ শাখা প্ৰবন্ধক। লগতে উপস্থিত থাকে বক্সিং শিক্ষাৰ্থী সকল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 − 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.