অসমআঞ্চলিকদৈনিক বাতৰি

লখিমপুৰৰ কৈলামাৰী চাহ বাগিছাত তীব্ৰ প্ৰতিবাদ চাহ জনজাতি ছাত্ৰ সন্থাৰ

লখিমপুৰৰ কৈলামাৰী চাহ বাগিছাত তীব্ৰ প্ৰতিবাদ চাহ জনজাতি ছাত্ৰ সন্থাৰ

লখিমপুৰৰ কৈলামাৰী চাহ বাগিছাত তীব্ৰ প্ৰতিবাদ চাহ জনজাতি ছাত্ৰ সন্থাৰ। অসম চাহ জনজাতি ছাত্ৰ সন্থা (আট্‌ছা) কৈলামাৰী উপ-শাখা সমিতিৰ উদ্যোগত আৰু চাহ শ্ৰমিক ৰাইজৰ সহযোগত বাগিছাৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত প্ৰতিবাদ।

কৈলামাৰী চাহ বাগিছা কাৰ্য্যালয়ৰ সন্মুখত ৰূপায়ন ২ ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী। চাহ শ্ৰমিকসকলৰ সমস্যাসমূহ শীঘ্ৰে সমাধান নকৰিলে ইয়াতকৈও জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান প্ৰতিবাদকাৰীৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen − nine =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.