অসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

SI জোনমণি ৰাভাৰ মৃত্যুৰ ন ন তথ্য ফাদিল, ৰহস্যজনকভাৱে ৰেজিষ্টাৰত লিপিবদ্ধ নাই জোনমণিৰ তথ্য

SI জোনমণি ৰাভাৰ মৃত্যুৰ ন ন তথ্য ফাদিল

পোহৰলৈ আহিছে আন এক বিস্ফোৰক তথ্য

১৬ মে’ত দুৰ্ঘটনাত নিহত হৈছিল জোনমণি

ভৰ্তি কৰোৱা হৈছিল কলিয়াবৰ মহকুমা চিকিৎসালয়ত

ৰহস্যজনকভাৱে ৰেজিষ্টাৰত লিপিবদ্ধ নাই জোনমণিৰ তথ্য

জোনমণিৰ মৃতদেহ চমজি লোৱাৰ তথ্য নাই চিকিৎসালয়ত

CIDৰ তদন্তত পোহৰলৈ আহিছে এই তথ্য

স্বাস্থ্য বিভাগৰ ভয়ংকৰ দায়িত্বজ্ঞানহীনতা স্বাস্থ্য মন্ত্ৰীৰ সমষ্টিত

ঘটনাৰ দিনা দায়িত্বত আছিল নৱনিযুক্ত চিকিৎসক ডাঃ প্ৰাঞ্জল বৰা

নিজৰ দায়িত্ব পালন কৰা নাছিল চিকিৎসক প্ৰাঞ্জল বৰা

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen + 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.