অসমআঞ্চলিকদৈনিক বাতৰি

ধমধমাত সংঘটিত হোৱা ধৰ্ষণকাণ্ডৰ মূল অভিযুক্ত চহৰাব আলীক গ্ৰেপ্তাৰ আৰক্ষীৰ

ধমধমাত সংঘটিত হোৱা ধৰ্ষণকাণ্ডৰ মূল অভিযুক্ত চহৰাব আলীক গ্ৰেপ্তাৰ আৰক্ষীৰ

ধমধমাত সংঘটিত হোৱা ধৰ্ষণকাণ্ডৰ মূল অভিযুক্ত চহৰাব আলীক গ্ৰেপ্তাৰ আৰক্ষীৰ৷ ধমধমা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চহৰাব আলীক।  ১৯ মেৰ নিশা মানসিক বিকাৰগ্ৰস্ত এগৰাকী মহিলাক উপৰ্যুপৰি ধৰ্ষণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ ধৰ্ষণৰ সমগ্ৰ দৃশ্য বন্দী হৈছিল এখন দোকানৰ চি চি টি ভি কেমেৰাত। সমগ্ৰ ঘটনা পোহৰলৈ অহাত পলাতক অৱস্থাত আছিল চহৰাৱ আলী। আজি পুৱা নিউ বঙ্গাইগাঁৱৰ পৰা পাষণ্ড চহৰাব আলীক গ্ৰেপ্তাৰ কৰে৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 + 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.