অসমদৈনিক বাতৰি

পুৱাৰ ভাগতে বটদ্ৰৱা থানত কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু

পুৱাৰ ভাগতে বটদ্ৰৱা থানত কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু

পুৱাৰ ভাগতে বটদ্ৰৱা থানত উপস্থিত হয় কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী কিৰেন ৰিজিজু। বটদ্ৰৱা থানৰ নাম প্ৰসংগত অংশ লৈ গুৰুজনাৰ শ্ৰীচৰণত সাষ্টাংগে প্ৰণিপাত জনাই অধিক আপ্লত হয় মন্ত্ৰীগৰাকী।

পৰিচালনা সমিতিৰে এখন বৈঠকতো মিলিত হয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকী ।পৰিচালনা সমিতিৰ তৰফৰ পৰা চেলেং গামোছা শৰাই আৰু বটদ্ৰৱা থান বৰ্ণনৰ গীত খোদিত সম্বৰ্ধনা পত্ৰ  প্ৰদান কৰে। বটদ্ৰৱা থান পৰিচালনা সমিতিৰ কাৰ্য নিৰ্বাহক সদস্য মানিক বৰাই ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 − two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.