Socialঅপৰাধঅসম

ৰণথলীত পৰিণত বিবাহস্থলী

হাজোৰ দঃ বৰ্ণিৰ বিবাহথলীত অপ্ৰীতিকৰ পৰিস্থিতি

ৰণথলীত পৰিণত বিবাহস্থলী।

৪ বছৰ পূৰ্বে বৰপেটা জিলাৰ দঙৰকুছিৰ এগৰাকী যুৱতীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল গুৱাহাটীৰ আশ্ৰফ হুছেইন খানে। কিন্তু বিয়াৰ ৭ মাহ পিছতে নিজৰ পত্নীক এৰি চল চতুৰিৰে বহিঃৰাজ্যলৈ যোৱাৰ পাছত পত্নীৰ ওপৰত আশ্ৰফৰ পৰিয়ালৰ চলিল নিৰ্যাতনৰ লগতে যৌতুক আৰু ধন দাবীৰ গুৰুতৰ অভিযোগ পত্নী ছামিমা আখতাৰৰ।

এই ঘটনা চলি থকাৰ মাজতে দেওবাৰে নিশা পত্নীৰ অজ্ঞাতে হাজোৰ দক্ষিণ বৰ্ণিত বিয়া কৰাবলৈ আহি এনেদৰে আশ্ৰফ হুছেইন খানক হাতে লোতে ধৰিলে পত্নীৰ লগতে পৰিয়ালৰ লোকে । তাৰ পাছতে অঞ্চলজুৰি হাহাকাৰ। বিবাহস্থলীৰ পৰাই হাজো আৰক্ষীয়ে দৰা আশ্ৰফ হুছেইন খানক আটক কৰি অব্যাহত ৰাখিছে সোধাপোছা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 − 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.