অসমদৈনিক বাতৰিভাৰত

কৰ্ণাটকত চৰকাৰ গঠনৰ বাবে তৎপৰ কংগ্ৰেছৰ, কোন হ’ব মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী?

কৰ্ণাটকত চৰকাৰ গঠনৰ বাবে তৎপৰ কংগ্ৰেছৰ, কোন হ'ব মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী?

কৰ্ণাটকত চৰকাৰ গঠনৰ বাবে তৎপৰ কংগ্ৰেছৰ

দেওবাৰে হ’ব কংগ্ৰেছৰ বিধায়িনী দলৰ বৈঠক

বিধায়িনী দলৰ বৈঠকতে নিৰ্বাচিত কৰা হ’ব বিধায়িনী নেতা

মুখ্যমন্ত্ৰী পদৰ বাবে চৰ্চাত চিদ্দাৰামায়া, শিৱকুমাৰৰ নাম

দুয়োগৰাকীক সন্তুষ্ট কৰাৰ বাবে নতুন কৌশলৰ চিন্তা

প্ৰথম পৰ্যায়ৰ আঢ়ৈ বছৰত চিদ্দাৰামায়া হ’ব পাৰে মুখ্যমন্ত্ৰী

বাকী আঢ়ৈ বছৰত মুখ্যমন্ত্ৰীৰ দায়িত্ব দিয়া হ’ব পাৰে শিৱকুমাৰক

কংগ্ৰেছৰ বিধায়কক ৰাখিবলৈ বাংগালুৰুত বুকিং বিলাসী হোটেল

শনিবাৰে নিশা ৫০টাকৈ কোঠাত একেলগে থাকিব বিধায়কসকল

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 − nine =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.