অসমদৈনিক বাতৰিশিল্পী

বিশিষ্ট চিত্ৰশিল্পী কিৰণ শংকৰ ৰায়ৰ দেহাৱসান, দীৰ্ঘদিনে কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল শিল্পীগৰাকী

বিশিষ্ট চিত্ৰশিল্পী কিৰণ শংকৰ ৰায়ৰ দেহাৱসান, দীৰ্ঘদিনে কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল শিল্পীগৰাকী

বিশিষ্ট চিত্ৰশিল্পী কিৰণ শংকৰ ৰায়ৰ দেহাৱসান

দীৰ্ঘদিনে কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল শিল্পীগৰাকী

শিলপুখুৰীস্থিত বাসগৃহত শেষ নিশ্বাস ত্যাগ শিল্পীগৰাকীৰ

অসম চৰকাৰৰ শিল্পী পেঞ্চনপ্ৰাপক প্ৰয়াত কিৰণ শংকৰ ৰায়

২০২২ চনত লাভ কৰিছিল প্ৰণৱ বৰুৱা শিল্পী বঁটা

মৃত্যুৰ পূৰ্বে দেহদান কৰি গৈছে কিৰণ শংকৰ ৰায়ে

মৰণোত্তৰভাৱে দুজন অন্ধৰ বাবে দান কৰি গৈছে চকুযুৰি

অন্ধবিশ্বাস, কু-সংস্কাৰবিৰোধী যুদ্ধৰ অক্লান্ত যাত্ৰী আছিল তেওঁ

১২ বজাত GMCHত সম্পন্ন হ’ব দেহদান প্ৰক্ৰিয়া

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

11 − 8 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.