AssamSocialঅসমদৈনিক বাতৰিৰাজনৈতিক

অন্ত পৰিল উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ

৫ সমষ্টিত কিমান ভোটদান?

অন্ত পৰিল ৫ সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ
৫ বজাৰ লগে লগে অন্ত পৰিল ভোটগ্ৰহণ প্ৰক্ৰিয়া
বহু ভোটগ্ৰহণ কেন্দ্ৰত এতিয়াও দীঘলীয়া শাৰী
চামগুৰিত হিংসাত্মক ঘটনাৰ মাজেৰে অন্ত পৰিল ভোটগ্ৰহণ
আন ৪ সমষ্টিটো শান্তিপূৰ্ণভাৱে সম্পন্ন ভোটগ্ৰহণ
EVMত বন্দী ৫ সমষ্টিৰ ৩৪ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীৰ ভাগ্য
২৩ নৱেম্বৰত হ’ব ভোটগণনা

…………………………………………………………………………..

অন্ত পৰিল উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ

৫ সমষ্টিত কিমান ভোটদান?
চামগুৰিত 78.10 শতাংশ ভোটদান
বঙাইগাঁৱত 69.08 শতাংশ ভোটদান
বিহালীত 73.70 শতাংশ ভোটদান
ধলাই সমষ্টিত 72.40 শতাংশ ভোটদান
চিডলী সমষ্টিত 71.50 শতাংশ ভোটদান

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.