leatest updatenationalPMo indiapoliticalSocial

ৰাউজ এভিনিউ আদালতত কেজৰিৱালক গ্ৰেপ্তাৰৰ শুনানি

১০ দিনৰ জিম্মাত বিচাৰি EDৰ আবেদন

ৰাউজ এভিনিউ আদালতত কেজৰিৱালক গ্ৰেপ্তাৰৰ শুনানি

১০ দিনৰ জিম্মাত বিচাৰি EDৰ আবেদন

আদালতে সাময়িকভাৱে সংৰক্ষিত কৰিছে ৰায়দান

কিছু সময় পিছতেই জিম্মাৰ ৰায়দান দিব আদালতে

শুকুৰবাৰে নিশা কেজৰিৱালক গ্ৰেপ্তাৰ কৰিছিল EDয়ে

সুৰানীতি কেলেংকাৰিৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল EDএ

গ্ৰেপ্তাৰৰ পৰা পৰিত্ৰাণ বিচাৰি দ্বাৰস্থ হৈছিল উচ্চ ন্যায়ালয়ৰ

উচ্চ ন্যায়ালয়ে আবেদন নাকচ কৰাৰ পিছতে অভিযান EDৰ

শুকুৰবাবে নিশা দুঘণ্টা ধৰি চলিছিল EDৰ অভিযান

অভিযান কালত EDএ জব্দ কৰে কেজৰিৱালৰ ইলেক্ট্ৰনিক সামগ্ৰী

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 − 11 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.