Assamঅসমগুৱাহাটীদৈনিক বাতৰি

মহানগৰীত অব্যাহত ক্ৰাইম ব্ৰাঞ্চৰ অভিযান, কল চেণ্টাৰৰ পৰা আটক কৰা ৩জনক গ্ৰেপ্তাৰ

চাইবাৰ অপৰাধীৰে ভৰিছে মহানগৰ

মহানগৰীত অব্যাহত ক্ৰাইম ব্ৰাঞ্চৰ অভিযান

ABCৰ জুপিতৰা পেলেচত ওৰেনিশা চলিল অভিযান

পেলেচটোৰ ৪নং মহলাৰ এটা কল চেণ্টাৰত অভিযান

কল চেণ্টাৰটোৰ ৫জনকৈ লোকক আটক অভিযানকাৰী দলৰ

কল চেণ্টাৰটোৰ পৰা আটক কৰা ৩জনক গ্ৰেপ্তাৰ

অৰিন্দম সিন্হা নামৰ এজনে দীৰ্ঘদিনে চলাই আছিল চেণ্টাৰটো

৮ৰ পৰা ১০ হাজাৰ টকাত নিয়োগ কৰিছিল বহু যুৱক-যুৱতীক

আৰক্ষীয়ে প্ৰস্তুত কৰিছে ভুৱা কল চেণ্টাৰৰ দীঘলীয়া তালিকা

কল চেণ্টাৰত কৰ্মৰত যুৱক-যুৱতীক সোধা-পোছা আৰক্ষীৰ

আৰু বহু যুৱক-যুৱতীক আটক কৰাৰ সম্ভাৱনা

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty + seventeen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.