Assamleatest update

আৰক্ষীৰ গুলীত নিহত DNLA কেডাৰ

উগ্ৰপন্থী সংগঠন DNLAৰ সৈতে হোৱা চুক্তিৰ পিছতো বৃহস্পতিবাৰে নিশা ডিমা হাচাওত সংঘটিত হয় এক অবাঞ্ছিত ঘটনা।

উগ্ৰপন্থী সংগঠন DNLAৰ সৈতে হোৱা চুক্তিৰ পিছতো বৃহস্পতিবাৰে নিশা ডিমা হাচাওত সংঘটিত হয় এক অবাঞ্ছিত ঘটনা। আলোচনাপন্থী DNLA আৰু আৰক্ষীৰ মাজত সংঘটিত সংঘৰ্ষত আৰক্ষীৰ গুলীত নিহত হয় এজন DNLA কেডাৰ।

নিহত DNLA কেডাৰজনক আলী ডিমাচা বুলি চিনাক্ত কৰা হৈছে। এই সংঘৰ্ষত আন তিনিজনকৈ কেডাৰ আহত হয়। আহতকেইজন টিনজন ডিমাচা, শ্বট ডিমাচা আৰু ৰেইনৱ’ ডিমাচা।

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.