![মৰণফান্দত পৰিণত কলিয়াবৰৰ ৰাষ্ট্ৰীয় ঘাইপথ মৰণফান্দত পৰিণত কলিয়াবৰৰ ৰাষ্ট্ৰীয় ঘাইপথ](https://prathamkhabartv.com/wp-content/uploads/2023/04/vlcsnap-2023-04-09-14h21m08s217-768x470.png)
মৰণফান্দত পৰিণত কলিয়াবৰৰ ৰাষ্ট্ৰীয় ঘাইপথ। যাৰ বাবে প্ৰতিদিনে বৃদ্ধি পাইছে পথ দুৰ্ঘটনাৰ সংখ্যা। অপৰিকল্পিতভাৱে চাৰিলেনযুক্ত পথ নিৰ্মাণৰ অভিযোগ। পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ কাম-কাজত ৰাইজৰ অসন্তুষ্টি। পথচাৰীৰ বাবে বৰ্তমানো নিৰ্মাণ হৈ উঠা নাই সেৱা পথয়। ঘাইপথৰ কাষত প্ৰকাণ্ড গাঁতে যন্ত্ৰণা ভোগাইছে ৰাইজক।নলা-নৰ্দমা নিৰ্মাণতো ব্যাপক বিসংগতিৰ অভিযোগ।বৰষুণ বতৰত যমৰ যাতনা ভোগে কলিয়াবৰবাসীয়ে।