Assamleatest updateঅসমআঞ্চলিকউৎসৱদৈনিক বাতৰি

ঐতিহাসিক জোনবিল মেলালৈ মাজত মাত্ৰ কেইটামান দিন…..

ঐতিহাসিক জোনবিল মেলালৈ মাজত মাত্ৰ কেইটামান দিন.....

ঐতিহাসিক জোনবিল মেলালৈ মাজত মাত্ৰ কেইটামান দিন। কেইবাশ বছৰ পুৰণি গোভা দেওৰজাৰ জোনবিল মেলাৰ ঐতিহ্য আৰু পৰম্পৰাক অধিক প্ৰচাৰ প্ৰসাৰ কৰি ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰখনক অধিক শক্তিশালী কৰিবলৈ উদ্যোগ গ্ৰহণ কৰিছে একাংশ গৱেষক, চিন্তাবিদে।

এই উপলক্ষে জাগীৰোডৰ জোনবিলৰ পাৰত প্ৰতিবছৰে অনুষ্ঠিত হৈ অহা জোনবিল মেলাৰ প্ৰাকক্ষণত সীতাজখলাৰ উদ্যোগত শনিবাৰে অনুষ্ঠিত কৰা হয় ‘গোভা দেওৰজাৰ জোনবিল মেলা আৰু পৰ্যটন’ শীৰ্ষক এক মনোজ্ঞ আলোচনা চক্ৰ। আলোচনা চক্ৰত জনগোষ্ঠীয় গৱেষক ড° অসীম বৰা, সাংস্কৃতিক কৰ্মী শ্যামকানু মহন্ত, বিশিষ্ট তিৱা লিখক নাৰায়ণ কুমাৰ ৰাডু কাকতি আদিয়েও সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.