অসমঅসম আৰক্ষীআঞ্চলিকদুৰ্ঘটনাদৈনিক বাতৰিপৰিৱেশবতৰ

ছেলফী উঠিবলৈ যোৱাই কাল হ’ল এজনৰ, নৈৰ প্রবল সোঁতে উটুৱাই নিলে যুৱকক…

ৰাষ্ট্রীয় ঘাইপথ উটুৱাই নিয়া দৃশ্য বন্দী কৰিবলৈ গৈ ছেলফি লোৱাৰ সময়তে হয় এই অঘটন

ৰাজ্যজুৰি বানৰ তাণ্ডৱ। বলিয়া বানকো কেৰেপ নকৰি ছেলফি উঠিবলৈ যাওঁতেই অঘটন। বানপানীয়ে উটুৱাই নিলে এজন যুৱকক।

 

শিলচৰত সংঘটিত হৈছে এই দুৰ্ভাগ্যজনক ঘটনা। ছেল্ফী উটিবলৈ লওঁতে নৈৰ প্রবল সোঁতে উটুৱাই নিলে এজন যুৱকক। সমগ্র দৃশ্য বন্দী হ’ল বন্ধুৰ ম’বাইল কেমেৰাত। শিলচৰ-আইজল পথৰ সোণবাড়ীঘাট বাইপাছত সংঘটিত এই ঘটনা। ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি বাগৰিছে বৰাক নৈৰ বাঢ়নী পানী। সেই দৃশ্য বন্দী কৰিবলৈ গৈ ছেল্ফী লোৱাৰ সময়তে সংঘটিত এই অঘটন ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.