Assamleatest updatenationalঅসমদৈনিক বাতৰিভাৰত

পঞ্চম দিনাও অব্যাহত ‘নোট গন্তী’, এতিয়াও হিচাপ কৰি শেষ হোৱা নাই জব্দকৃত ক’লা ধনৰ…

পঞ্চম দিনাও অব্যাহত ‘নোট গন্তী’, এতিয়াও হিচাপ কৰি শেষ হোৱা নাই জব্দকৃত ক’লা ধনৰ...

পঞ্চম দিনাও অব্যাহত ‘নোট গন্তী’

এতিয়াও হিচাপ কৰি শেষ হোৱা নাই জব্দকৃত ক’লা ধনৰ

৩৫০ কোটি টকাৰো অধিক ধনৰ হিচাপ চতুৰ্থ দিনৰ অন্তত

অনায়াসে ৪০০-৫০০ কোটি টকাৰ সীমা পাৰ কৰিব ক’লা ধনে

ভাগৰি পৰিছে আয়কৰ বিভাগৰ কৰ্মচাৰী-মেচিন!

শ’লঠেকত পৰিছে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব

সাংসদ ধীৰাজ কুমাৰ চাহুক স্থিতি স্পষ্ট কৰাৰ নিৰ্দেশ দলৰ

ছ’চিয়েল মিডিয়াত TRENDING হৈছে #corruptionkidukan

ধীৰাজ চাহুৰ পুৰণি টুইটো ভাইৰেল

২০২২ চনত ক’লা ধনক লৈ টুইট কৰিছিল ধীৰাজ চাহুৱে

কেনেকৈ ক’লা ধন আৰ্জিব পাৰি বুলি টুইটত প্ৰশ্ন চাহুৰ?

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five + six =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.