InternationalInternationalleatest update

যুদ্ধৰ সকলো নিয়ম ভংগ কৰিছে ইজৰাইলী বাহিনীয়ে

অন্তৰ্বাস পিন্ধি পেলেষ্টাইনীক আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰাইছে ইজৰাইলী সেনাই

যুদ্ধৰ সকলো নিয়ম ভংগ কৰিছে ইজৰাইলী বাহিনীয়ে

গাজাত হামাছ সমৰ্থক পেলেষ্টাইনীৰ আত্মসমৰ্পণত উন্মোচিত এই তথ্য

অন্তৰ্বাস পিন্ধি পেলেষ্টাইনীক আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰাইছে ইজৰাইলী সেনাই

গাজাত বিধ্বস্তপ্ৰায় হামাছ বাহিনীৰ আত্মসমৰ্পণ অব্যাহত

পেলেষ্টাইনী যোদ্ধাৰ উলংগ আত্মসমৰ্পণৰ ভিডিঅ’ ভাইৰেল

ইপিনে গাজা আৰু ৱেষ্ট বেংকৰ পৰিস্থিতিক লৈ আলোচনা ভাৰতৰ বিদেশমন্ত্ৰীৰ

বিদেশমন্ত্ৰী এছ জয়শংকৰে টেলিফোনিক বাৰ্তালাপ কৰে পেলেষ্টাইনৰ বিদেশমন্ত্ৰীৰে

গাজাত তীব্ৰ খাদ্য সংকটত ভুগিছে হামাছ বাহিনীয়ে

সাধাৰণ নাগৰিকৰ বাবে প্ৰেৰণ কৰা সামগ্ৰী চুৰি কৰিছে হামাছ সন্ত্ৰাসবাদীয়ে

গাজাত অৱস্থান কৰি থকা ১০ লাখ লোক খাদ্য সংকটত

গাজাত চলি থকা যুদ্ধ আৰু দুমাহ ধৰি চলিব বুলি ঘোষণা ইজৰাইলৰ

আগন্তুক ২ মাহলৈ হামাছৰে নহয় কোনো যুদ্ধ বিৰতি

দেওবাৰেও লেবানন সীমান্তত ইজৰাইলী সেনাৰ বোমাবৰ্ষণ

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.