Assamঅসমআঞ্চলিকদৈনিক বাতৰি

সমৰ কলাত শ্ৰেষ্ঠতা প্ৰদৰ্শনৰে বিশ্বৰ দৰবাৰত উজলিল ৰঙিয়াৰ এজন যুৱক….

সমৰ কলাত শ্ৰেষ্ঠতা প্ৰদৰ্শনৰে বিশ্বৰ দৰবাৰত উজলিল ৰঙিয়াৰ এজন যুৱক

সমৰ কলাত শ্ৰেষ্ঠতা প্ৰদৰ্শনৰে বিশ্বৰ দৰবাৰত উজলিল ৰঙিয়াৰ এজন যুৱক। সমৰ কলাত শ্ৰেষ্ঠতা প্ৰদৰ্শন মবিদুল ইছলামৰ। চীন দেশত বিশ্ব কুংফু সংস্থাৰ উদ্যোগত CHAOLIN WARRIOR CLAN সন্মানেৰে বিভুষিত মবিদুল ইছলাম।

অসমৰ বিভিন্ন ঠাইত প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰি সমৰ কলাৰ প্ৰশিক্ষণ দি অহা মবিদুল ইছলাম অসমীয়া বোলছবি জগতৰ লগতো জড়িত। মুন্না আহমেদ পৰিচালিত জোন জ্বলে কপালত  নিৰ্দেশনা আগবঢ়াইছিল মবিদুলে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মবিদুল ইছলামে লাভ  কৰা এই বটাই স্বাভাৱিকতে দেশ-ৰাজ্যৰ লগতে জন্মভূমি ৰঙিয়ালৈও আনন্দৰ জোৱাৰ নমাই আনিছে ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen + nine =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.