অপৰাধআন্তঃৰাষ্ট্ৰীয়দৈনিক বাতৰিবিশ্ব

এম্বাৰ হাৰ্ডৰ বিৰুদ্ধে মানহানিৰ গোচৰত জয়ী হ’ল জনী ডেপ! ক্ষতিপূৰণৰ বাবে এম্বাৰে পৰিশোধ কৰিব লাগিব এই বৃহৎ পৰিমাণৰ ধন….

অৱশেষত আহিল হলীউডৰ তাৰকা জনী ডেপ আৰু এম্বাৰ হাৰ্ডৰ মাজত চলা গোচৰৰ বিচাৰ। আদালতে অৱশেষত ৰায়দান দিলে জনী ডেপৰ পক্ষত।

অৱশেষত আহিল হলীউডৰ তাৰকা জনী ডেপ আৰু এম্বাৰ হাৰ্ডৰ মাজত চলা গোচৰৰ বিচাৰ। আদালতে অৱশেষত ৰায়দান দিলে জনী ডেপৰ পক্ষত।

২০১৮ চনৰ ডিচেম্বৰ মাহৰ এক অ’প-এডত ফেয়াৰফেক্স কাউণ্টি চাৰ্কিট আদালতত মানহানিৰ গোচৰ ৰুজু কৰিছিল ডেপে। ৱাশ্বিংটন পোষ্টত হৰ্ডৰ এটা প্ৰবন্ধৰ বিৰুদ্ধে ৰুজু কৰিছিল গোচৰ।

এম্বাৰে দাবী কৰিছিল যে ডেপে তেওঁক বিবাহৰ আগৰ পৰাই এম্বাৰক উৎপীড়ন চলাইছিল। এই গোচৰৰে ৰায়ৰ শুনানি হয় ভাৰ্জিনিয়াৰ ফেয়াৰফেক্স কাউণ্টি চাৰ্কিট আদালতত।

আদালতে দুয়োপক্ষৰ মতামত শুনি দুৰ্ব্যৱহাৰৰ অভিযোগক মিছা বুলি অভিহিত কৰে আৰু অভিনেত্ৰী এম্বাৰ হাৰ্ডৰ মানহানিৰ গোচৰৰ দিৰুদ্ধে ডেপৰ পক্ষত ৰায়দান দিয়ে।

ডেপক ক্ষতিপূৰণৰ বাবে এম্বাৰে পৰিশোধ কৰিব লাগিব ১৫ নিযুত ডলাৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nine + 14 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.