অসমদৈনিক বাতৰি

অগ্নিগৰ্ভা মণিপুৰ! চুড়াচান্দপুৰ জিলাত জাৰি ১৪৪ ধাৰা,বন্ধ ইণ্টাৰনেট সেৱা

অগ্নিগৰ্ভা মণিপুৰ! চুড়াচান্দপুৰ জিলাত জাৰি ১৪৪ ধাৰা,বন্ধ ইণ্টাৰনেট সেৱা

আজিও অগ্নিগৰ্ভা মণিপুৰ

চুড়াচান্দপুৰ জিলাত জাৰি ১৪৪ ধাৰা

বন্ধ হৈ আছে ইণ্টাৰনেট সেৱা

মুখ্যমন্ত্ৰীৰ সভাস্থলী জ্বলাই দিয়াৰ পিছতে ভয়ংকৰ পৰিস্থিতি

বৃহস্পতিবাৰৰ নিশাৰে পৰা অগ্নিগৰ্ভা মণিপুৰ

মুখ্যমন্ত্ৰী বীৰেন সিঙৰ চুড়াচান্দ ভ্ৰমণৰ পূৰ্বে এই ঘটনা

উল্লেখ্য যে মণিপুৰত স্বদেশী জনজাতীয় সংগঠনৰ ৰোষত বিজেপি নেতৃত্বাধীন এন বীৰেন সিঙৰ চৰকাৰ। আদিবাসী জনগোষ্ঠীৰ বাবে সংৰক্ষিত বনাঞ্চল এলেকাত সমীক্ষা চলোৱাৰ বাবে লোৱা এক সিদ্ধান্তৰ প্ৰতিবাদত উত্তাল মণিপুৰৰ চূড়াচান্দপুৰ জিলা। এই সমীক্ষাৰ দ্বাৰাই বিজেপি চৰকাৰে গীৰ্জাঘৰ ধ্বংসৰ অভিযান চলোৱাৰ অভিযোগ জনগোষ্ঠীয় সংগঠনৰ। বৃহস্পতিবাৰে নিশা উত্তেজিত জনগোষ্ঠীয় সংগঠনে মুখ্যমন্ত্ৰী বীৰেন সিঙৰ চূড়াচান্দ ভ্ৰমণৰ পূৰ্বে হিংসাত্মক প্ৰতিবাদত লিপ্ত হয়। এই ঘটনাৰ পিছতে মণিপুৰৰ চূড়াচান্দপুৰ জিলাত ১৪৪ ধাৰা জাৰি কৰাৰ লগতে বন্ধ কৰি দিয়া হয় ইণ্টাৰনেট সেৱা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 + 7 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.