অভিনয়অসমধৰ্মীয়সংস্কৃতি

এইবাৰ অসমীয়াই কৰিলে অসমীয়া সংস্কৃতিৰ চূড়ান্ত অপমান

ৰাজ্যজুৰি ধিক্কাৰ শিল্পী মোহনক

অসমীয়া সংস্কৃতিৰ চূড়ান্ত অপমান। এইবাৰ অসমীয়াই কৰিলে অসমীয়া সংস্কৃতিৰ অপমান।

গুৰুজনাৰ সৃষ্টিৰাজিক বিকৃত কৰিলে সকলোৰে পৰিচিত মোহনে। বিকৃত ৰূপত উপস্থাপন কৰিলে ভাওনাক।

মোহন ওপফে দ্বীপজ্যোতি কেওটৰ এনে কাণ্ডক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ৰাজ্যজুৰি। সকলোৱে ধিক্কাৰ দিছে

শিল্পীজনক।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − 7 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.