অসমৰাজনৈতিক

কাৰ্বি স্বায়ত্ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ দিন ঘোষণা

একোজন প্ৰাৰ্থীয়ে প্ৰচাৰৰ নামত ব্যয় কৰিব পাৰিব ৪ লাখ ৫০ হাজাৰ

◾কাৰ্বি স্বায়ত্ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ দিন ঘোষণা

◾৮ জুনত হ’ব নিৰ্বাচন

◾১২ জুনত হ’ব ভোটগণনা

◾২৩ মে’ মনোনয়নপত্ৰ দাখিলা অন্তিম দিন

◾মনোনয়নপত্ৰ পৰীক্ষণৰ দিন ২৪ মে’৷

◾২৪মে’ তাৰিখ মনোনয়নপত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন৷

◾২৬ টা সমষ্টিত হ’ব নিৰ্বাচন৷

◾মুঠ ভোটা ৭ লাখ ৩ হাজাৰ ২৯৮ গৰাকী৷

◾মুঠ পুৰুষ ভোটাৰ ৩ লাখ ৫৫ হাজাৰ ৫০৩ জন

◾মুঠ মহিলা ভোটাৰ ৩ লাখ ৪৭ হাজাৰ ৭৯০ গৰাকী

◾মুঠ তৃতীয় লিংগৰ ভোটাৰ ৫ গৰাকী

◾মুঠ ভোট কেন্দ্ৰ ৯০৬ টা

◾সৰ্বাধিক ভোটাৰ থকা সমষ্টি লুম্বাজং (ভোটাৰৰ সংখ্যা ৬৯৮১৫)

◾সৰ্বনিম্ন ভোটাৰ থকা সমষ্টি সৰুপথাৰৰ বোকাজান (ভোটাৰৰ সংখ্যা ১০১২৮)

◾অতি স্পৰ্শকাটৰ ভোটকেন্দ্ৰ ৫৭ টা

◾স্পৰ্শকাতৰ ভোটকেন্দ্ৰ ৩২৫ টা

◾একোজন প্ৰাৰ্থীয়ে প্ৰচাৰৰ নামত ব্যয় কৰিব পাৰিব ৪ লাখ ৫০ হাজাৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen − thirteen =

Back to top button