leatest updatenationalSocial

সাৱধান! আপুনিও ব্য়ৱহাৰ কৰে নেকি ‘EVEREST MASALA’?

যদি ব্যৱহাৰ কৰে তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে...

সাৱধান! আপুনিও ব্য়ৱহাৰ কৰে নেকি ‘EVEREST MASALA’
যদি ব্যৱহাৰ কৰে তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে।

আপুনি প্ৰায়ে খাদ্যত ‘EVEREST’ মছলা ব্য়ৱহাৰ কৰে নেকি? যদিহে কৰে তেনেহলে আজিৰে পৰা সাৱধান! ‘EVERESTৰ FISH CURRY MASALAত’পোৱা গৈছে এবিধ বিষাক্ত দ্ৰব্য! যি আপোনাৰ স্বাস্থ্যৰ বাবে অত্যন্ত অপকাৰী।

Everest Fish Curry Masala, 50 g

স্বাস্থ্যবিধি অনুসৰণ নকৰা ‘EVEREST MASALA’ উভতাই পঠালে ছিংগাপুৰে। ‘EVERESTৰ FISH CURRY MASALA’ত ইথেলিন অক্সাইড নামৰ কীটনাশকৰ সংমিশ্ৰন পোৱা গৈছে। ছিংগাপুৰ খাদ্য সংস্থা (Singapore Food Agency)ই প্ৰকাশ কৰা এক বিবৃতিত প্ৰকাশ পাইছে এই তথ্য। কিন্তু কি হ’ব ভাৰতত?

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

12 + nine =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.