অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

ভাৰত নামেৰে নামাকৰণ কৰা হ’ব INDIAক!

ভাৰত নামেৰে নামাকৰণ কৰা হ’ব INDIAক!

INDIAৰ সলনি ভাৰত নামেৰে নামাকৰণৰ প্ৰস্তুতি

সংসদৰ আগন্তুক বিশেষ অধিৱেশনত উত্থাপন হ’ব প্ৰস্তাৱনা

সংবিধান সংশোধনীৰ প্ৰস্তাব আনিব পাৰে কেন্দ্ৰীয় চৰকাৰে

কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে এই সন্দৰ্ভত দিছে স্পষ্ট ইংগিত

নতুন দিল্লীত অনুষ্ঠিতব্য G-20 শীৰ্ষ সন্মিলনতো ‘ভাৰত’ শব্দটোত গুৰুত্ব

G-20 সন্মিলনৰ প্ৰতিনিধিৰ নিমন্ত্ৰণী পত্ৰটো আনুষ্ঠানিকভাৱে ব্যৱহাৰ ‘ভাৰত’

ৰাষ্ট্ৰপতিৰ নিমন্ত্ৰণী পত্ৰটো উল্লেখ ‘PRESIDENT OF BHARAT’

শেহতীয়াভাৱে RSS প্ৰধান মোহন ভাগৱতেও ভাৰত শব্দ ব্যৱহাৰৰ বাবে জনাইছিল আহ্বান

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও পূৰ্বৰে পৰাই জনাই আহিছে এই আহ্বান

সংসদৰ বৰ্ষাকালীন অধিৱেশনত BJP সাংসদেও উত্থাপন কৰিছিল এই দাবী

অহা ১৮-২২ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব সংসদৰ বিশেষ অধিৱেশন

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 − three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.