Internationalleatest updatenationalSocial

অপেক্ষা; কিছু সময়ৰ পিছতেই ভাৰতবাসীয়ে পাব পাৰে সুখবৰ!

মাত্ৰ ১৪ মিটাৰ খান্দিলেই পোৱা যাব উত্তৰাখণ্ডৰ সুৰংগত আৱদ্ধ শ্ৰমিকসকলক...

অপেক্ষা মাত্ৰ কিছু সময়ৰ! কিছু সময় পিছতে ভাৰতবাসীয়ে লাভ কৰিব এক সুখবৰ। ১৩দিন অতিক্ৰম কৰিলে উত্তৰাখণ্ডৰ ঘটনাই। বৰ্তমানেও সুৰংগত আৱদ্ধ হৈ আছে ৪১জন শ্ৰমিক। অব্যাহত আছে শ্ৰমিকসকলক উদ্ধাৰৰ অভিযান। জানিব পৰা মতে কৰ্মীসকলক উদ্ধাৰ অভিযান অন্তিম পদক্ষেপত উপনিত হৈছে। অধিক ক্ষিপ্ৰতৰ হৈছে উদ্ধাৰ অভিযান।

উল্লেখ্য় যে, ড্ৰিলিং মেচিনত বিসংগতিৰ বাবে স্তব্ধ হৈছিল খনন কাৰ্য। সাময়িক বিৰতিৰ পিছত পুনৰ আৰম্ভ উত্তৰাখণ্ডত উদ্ধাৰ অভিযান। পুনৰ আৰম্ভ হ’ল খনন কাৰ্য। আৰু মাত্ৰ ১৪ মিটাৰ খান্দিলেই পোৱা যাব শ্ৰমিকসকলক। আজিৰ ভিতৰতে শ্ৰমিকসকলক উদ্ধাৰ অভিযান সম্পূৰ্ণ হোৱাৰ আশংকা কৰা হৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen + three =

Back to top button