অসমআঞ্চলিক

৭৫ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত HDFC বেংকে আয়োজন কৰিলে Kids Art প্ৰতিযোগিতা

৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে বিভিন্ন ঠাইত আয়োজন কৰা হৈছে বিভিন্ন অনুষ্ঠানৰ

এইবাৰ দেশে উদযাপন কৰিব দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস৷ স্বাধীনতা দিৱস উপলক্ষে সমগ্ৰ দেশতে চলিছে এতিয়া ব্যাপক আয়োজন ৷  ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে বিভিন্ন ঠাইত আয়োজন কৰা হৈছে বিভিন্ন অনুষ্ঠানৰ৷

৭৫ সংখ্যক স্বাধীনতা দিৱস আৰু আজাদীকা অমৃত মহোৎসৱ উদযাপন কৰাৰ প্ৰাকক্ষণত HDFC বেংকেও আয়োজন কৰিলে Kids Art প্ৰতিযোগিতাৰ৷

শ্ৰীযুত প্ৰেমজিৎ কোঁৱৰ চক্ৰ মুৰব্বী নৰ্থ-ইষ্ট, HDFC বেংক লিমিটেড আৰু শ্ৰীযুত নুমল মহট্টা APS কামাণ্ডেণ্ট, ১০ নং অসম আৰক্ষীৰ উপস্থিতিত এই প্ৰতিযোগিতা অনুষ্ঠিত হয়। এই প্ৰতিযোগিতাৰ লক্ষ্য হৈছে নৱ শিল্পীসকলক অনুপ্ৰাণিত কৰাৰ লগতে তেঁওলোকৰ প্ৰতিভাৰ সৈতে পৰিচিত কৰাই তেওঁলোকৰ সৃষ্টিশীল প্ৰতিভা বিকাশত সহায় কৰা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 + three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.