অপৰাধঅসম

এটা ছাগলীৰ বাবে শহুৰ জোঁৱায়েকৰ মাজত প্ৰচণ্ড মাৰপীট! অন কেমেৰা বিল্ডিঙৰ পৰা জাঁপ মাৰিলে জোঁৱাইয়েকে … 

ছাগলীক লৈ সৃষ্টি হোৱা কন্দলৰ মীমাংসাৰ বাবে জামাল সৰকাৰৰ লগত তেঁওৰ জোঁৱাই লোকমান আলী আৰু লোকমান আলীৰ পক্ষৰ কিছু ব্যক্তিয়ে আপোচ মীমাংসাত বহোতেই সংঘটিত হয় এই ঘটনা

এটা ছাগলীৰ বাবে শহুৰ জোঁৱায়েকৰ মাজত প্ৰচণ্ড মাৰপীট! প্ৰাণ বচাবলৈ অন কেমেৰা বিল্ডিংৰ পৰা জাঁপ মাৰিলে জোঁৱাইয়ে …

 

এই অদ্ভুত ঘটনা সংঘটিত হৈছে ঝাউকুৰা প্ৰথম খণ্ডত। ছাগলীক লৈ সৃষ্টি হোৱা কন্দলৰ মীমাংসাৰ বাবে জামাল সৰকাৰৰ লগত তেঁওৰ জোঁৱাই লোকমান আলী আৰু লোকমান আলীৰ পক্ষৰ কিছু ব্যক্তিয়ে আপোচ মীমাংসাত বহোতেই সংঘটিত হয় এই ঘটনা।

জামাল সৰকাৰৰ দেৱানী পক্ষৰ মানুহে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে জোঁৱাই লোকমান আলীৰ লগতে লোকমান আলীৰ পক্ষৰ মানুহক। ফলত প্ৰাণ বচাবলৈ দুমহলীয়া বিল্ডিংৰ পৰা পানীত জাঁপ দিলে জোঁৱাই লোকমান আলীৰ লগতে একাংশই।

ঘটনা সন্দৰ্ভত যোগীঘোপা থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী লোকমান আলীয়ে৷ ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হৈছে চাঞ্চল্যৰ..

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.