Assamleatest updateSports

ৱৰ্ল্ড চেম্পিয়নশ্বিপ অফ লিজেণ্ড ২০২৫ ৰ চতুৰ্থখন মেচ বাতিল।

হৰভজন সিং, শিখৰ ধৱন সুৰেশ ৰাইনাৰ মেচ নেখেলাৰ সিদ্ধান্ত।

ৱৰ্ল্ড চেম্পিয়নশ্বিপ অফ লিজেণ্ড ২০২৫ ৰ চতুৰ্থখন মেচ বাতিল। ভাৰতীয় দলৰ কেইবাগৰাকীও খেলুৱৈয়ে মেচখন নেখেলাৰ সিদ্ধান্ত লোৱাৰ পিছতেই বাতিল কৰা হয় মেচখন।

World Championship Of Legends Cancels India-Pakistan Match After Mass  Player Withdrawals

হৰভজন সিং, শিখৰ ধৱন সুৰেশ ৰাইনাৰ মেচখন নেখেলাৰ সিদ্ধান্ত। উল্লেখ্য যে, ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’বলগা আছিল এই মেচখন।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twelve − two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.